Surprise Me!

এজন মুখ্যমন্ত্ৰীৰ প্ৰতি অসমীয়া ৰাইজৰ ইমান মৰম, ২০২৬ত বিজেপিৰ নিশ্চিত চৰকাৰঃ দিলীপ শইকীয়া

2026-03-07 0 Dailymotion

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গোলাঘাটত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা । এই যাত্ৰাত হাজাৰ হাজাৰ লোকৰ সমাৱেশ, মুখ্য়মন্ত্ৰী তথা বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ ।