সমাগত বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানক লৈ অগপত সংঘাতৰ সৃষ্টি হৈছে । ইয়াৰ মাজতেই এই সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অগপ সাংসদ ফণীভূষণ চৌধুৰীয়ে ৷