মুকালমুৱা সাপ্তাহিক বজাৰত মঙলবাৰে সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷ সোপাধৰাৰ সন্দেহতেই সংঘটিত এই কাণ্ড ৷