মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ স্বীকৃতি । জোনাইত মিচিং ৰাইজে ঢলে-ডগৰে ফটকা ফুটাই ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰীক ।