Surprise Me!

প্ৰসংগ বৰপেটা মেডিকেল কলেজৰ নামাকৰণ : প্ৰতিক্ৰিয়া প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ

2026-03-12 2 Dailymotion

অসম চৰকাৰৰ কেবিনেট বৈঠকত সংশোধন ৷ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নাম সলনি কৰাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া ৷