Surprise Me!

বৰ্তমান চৰকাৰৰ অন্তিমটো নিযুক্তি প্ৰদান অনুষ্ঠান : ১ লাখ ৬৫ হাজাৰক দিয়া হ'ল চাকৰি

2026-03-12 2 Dailymotion

খানাপাৰাত ৫,৬৯০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান । কংগ্ৰেছৰ দিনত প্ৰতিটো চাকৰিৰে সুকীয়া দৰ আছিল ।