Surprise Me!

বতৰৰ বাবে নাহিল প্ৰধানমন্ত্ৰী, হাগ্ৰামাই ক'লে, "নৰেন্দ্ৰ মোদী দিলদাৰ মানুহ"

2026-03-13 0 Dailymotion

বিটিচিৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা অধিক সহায়ৰ আশা প্ৰকাশ হাগ্ৰামা মহিলাৰীৰ । কোকৰাঝাৰত গ্ৰীণ ফিল্ডত এক লক্ষাধিক জনতাৰ সমাগম ।