'গঙা চিলনীৰ পাখি'ৰ বাসন্তীৰ পৰা 'বুঢ়ীআইৰ সাধু'লৈকে প্ৰতিটো চৰিত্ৰতে জীৱন্ত ৰূপ দিয়া বিশিষ্ট অভিনেত্ৰী বীণা বাৰুৱতীৰ অনুপ্ৰেৰণামূলক অভিনয় জীৱনৰ কিছু নজনা কথা ।