Surprise Me!

পিষ্টলেৰে ভাবুকি দি মহিলাৰ পৰা দুৰ্বৃত্তই লুটিলে আত্মসহায়ক গোটৰ ৪ লক্ষাধিক টকা

2026-03-14 1 Dailymotion

নগাঁৱত দিন দুপৰতে চাঞ্চল্যকৰ ঘটনা । মহিলা আত্মসহায়ক গোটৰ সদস্যৰ পৰা পিষ্টল দেখুৱাই লুটি নিলে চাৰি লক্ষাধিক টকা ।