‘‘জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কীয় চাৰ্জশ্বীটত সুৰঙা আছে যেন লাগে৷ জুবিনক্ষেত্ৰত যিদৰে কাম চলিব লাগিছিল,সেয়া চলা নাই ৷ এয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক ৷’’ বসন্ত কুমাৰ গোস্বামী।