অহা ১ এপ্ৰিলৰ পৰা টোল টেক্স বৃদ্ধিৰ জাননী৷ ৰাজ্যৰ সাতখন টোল গেটেৰে পাৰ হওঁতে ভৰিব অধিক ধন৷ ৰহাৰ লগতে কলিয়াবৰৰ চুলুং টোল গেটতো বাঢ়িব কৰ৷