Surprise Me!

কংগ্ৰেছৰ ওপৰত ভৰসা কৰি ৰৈ থকাৰ কাৰণে আমাৰ ৪৫ দিন লোকচান হ’ল: অখিল গগৈ

2026-03-15 2 Dailymotion

কাজিৰঙাত ৰাইজৰ দলৰ প্ৰাৰ্থী নিৰ্বাচনৰ আলোচনা । কংগ্ৰেছে হেনো ৰাইজৰ দলৰ লোকচান কৰিলে ৪৫ দিন ।