কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম । সংখ্যালঘু অধ্যুষিত সমষ্টিতহে কংগ্ৰেছ তৎপৰ হোৱাৰ অভিযোগ ।