উপায়বিহীন হৈ ব্ৰহ্মপুত্ৰৰ বালি খান্দি উলিয়াবলগীয়া হৈছে খোৱা পানী ৷ খোৱা পানী সমস্যাৰ বাবে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে মহানগৰৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ নেপালী বস্তিবাসীয়ে ৷