"তেওঁ মোৰ বিষয়ে একো কোৱা নাই আৰু ময়ো কোৱা নাই । আমি ভদ্ৰভাৱেই ৰাজনীতি কৰি আছোঁ ।" গৌৰৱ গগৈৰ প্ৰসংগত হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় ।