বটদ্ৰৱা সমষ্টিৰ এটা অংশ নগাঁও সমষ্টিত অন্তৰ্ভুক্ত কৰি নগাঁও-বটদ্ৰৱা সমষ্টি গঠন কৰা হয় ৷ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰূপক শৰ্মাই ৷