Surprise Me!

বিজেপিয়ে কংগ্রেছক বিধ্বস্ত কৰিব : প্ৰাৰ্থিত্ব লাভৰ পাছতে মানৱ ডেকাৰ মন্তব্য

2026-03-19 4 Dailymotion

দ্বিতীয়বাৰৰ বাবে লখিমপুৰ বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিলে মানৱ ডেকাই । টিকট লাভ কৰি ইটিভি ভাৰতৰ আগত নিজৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে মানৱ ডেকাই ।