মাজুলীত অগপ-বিজেপি কৰ্মীৰ মাজত হোৱা বিতৰ্কৰ শনিবাৰে অন্ত পৰিল ৷ আগন্তুক নিৰ্বাচনত অগপ কৰ্মীয়ে বিজেপিৰ প্ৰাৰ্থীক সমৰ্থন কৰিব বুলি ঘোষণা ৷