অগপৰ প্ৰাৰ্থিত্ব লাভৰ পাছত কলিয়াবৰত উপস্থিত হোৱা বিধায়ক তথা দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তক সমৰ্থকৰ উষ্ম আদৰণি ৷ পূৰ্বতকৈ অধিক ভোটত জয়ী হোৱাৰ দাবী ৷