Surprise Me!

নিৰ্দলীয়ভাৱে খেলাৰ কথা ভাবিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই : দেওবাৰে হ'ব সিদ্ধান্ত

2026-03-21 3 Dailymotion

মধ্য গুৱাহাটী সমষ্টিত নিৰ্দলীয়ভাৱেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ভাবিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিজয় গুপ্তাৰ সন্মুখতে ক'লে এই কথা ।