নৱগঠিত টিহু সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে দাখিল কৰে মনোনয়ন ৷ পাটোৱাৰীয়ে নলবাৰী সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে ।