Surprise Me!

কংগ্ৰেছে অসমখনক অন্ধকাৰলৈ ঠেলিলে, বিজেপিৰ বিকল্প নাই: সৰ্বানন্দ সোণোৱাল

2026-03-23 4 Dailymotion

ডিব্ৰুগড় জিলাৰ পাঁচটা বিধানসভা সমষ্টি ক্ৰমে খোৱাং, টিংখাং, নাহৰকটীয়া, দুলীয়াজান, চাবুৱা- লাহোৱাল সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন ৷