গোলাঘাটত অতুল বৰা, মৃণাল শইকীয়া, মৃদুল দত্তৰ মনোনয়ন দাখিলত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ বিজেপি মিত্ৰজোঁটে সৰ্বকালৰ অভিলেখ ভংগ কৰাটো নিশ্চিত ।