মাজুলীৰ অধিকাংশ লোকেই চৰকাৰৰ আন্তঃগাঁথনিমূলক উন্নয়নত সন্তুষ্টি প্ৰকাশ কৰিছে । সংবাদ মাধ্য়মৰ আগত মন্তব্য কৰা মহিলাসকলৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে সেই কথা ৷