অৰ্ধ-শতাধিক বিজেপি কৰ্মীৰ অসম জাতীয় পৰিষদত যোগদান ৷ যোগদানকাৰীসকলৰ ভিতৰত চেপন জিলা পৰিষদৰ প্ৰাক্তন সদস্যাও আছে ৷