অসমৰ চহকী লোক-সংস্কৃতিক বিশ্ব দৰাবাৰলৈ লৈ যোৱা এগৰাকী শিল্পীৰ নজনা বহু কাহিনী ৷ ই টিভি ভাৰত অসমৰ সাংবাদিক দিপাঞ্জলি শৰ্মাৰে এক বিশেষ সাক্ষাৎকাৰ-