Surprise Me!

মোৰ বিৰোধিতা কৰা কেইজনৰ পত্নীয়েও মোক ভোট দিব ! অগাধ বিশ্বাস ৰমাকান্তৰ

2026-03-24 0 Dailymotion

জনতাক সম্বোধন কৰি দিয়া ভাষণত ৰমাকান্ত দেউৰীয়ে কয় যে তেওঁৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল, কিন্তু সেইসকল মানুহ এতিয়া দূৰলৈ আঁতৰি গৈছে ৷