মঙলদৈ বিধানসভা সমষ্টিত নতুন ভোটাৰ মুঠ ২,৭৭৫ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ১,৫৪৮ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ ১,২২৭ গৰাকী ।