Surprise Me!

অগপৰ সৈতে বিজেপিৰ মিত্ৰতা বৈবাহিক সম্পৰ্কৰ দৰে ! সম্পৰ্কক নতুন মাত্ৰা দিলে তাছাই

2026-03-28 1 Dailymotion

সৰুপথাৰ বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ সৈতে নিৰ্বাচনী প্ৰচাৰত অংশ লয় সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।