Surprise Me!

মহিলা ভোটাৰৰ মনৰ বতৰা : ৩৪ নং ডিমৰীয়া সমষ্টিত নিৰ্ণায়ক শক্তি হ’ব মহিলা ভোটাৰ

2026-03-28 44 Dailymotion

চৌদিশে বলিছে নিৰ্বাচনী গৰম বতাহ । বাজিছে নিৰ্বাচনী ৰণশিঙা । নৱগঠিত ৩৪ নং ডিমৰীয়া সমষ্টি । নিৰ্ণায়ক শক্তি হ’ব মহিলা ভোটাৰ ।