Surprise Me!

‘‘যোৱাবাৰ হাত-ভৰি ভাঙিলোঁ, এইবাৰ মিঞাৰ ৰাজহাঁড় ভাঙিম’’: ছিপাঝাৰৰ পৰা মুখ্যমন্ত্ৰীৰ হুংকাৰ

2026-03-28 3 Dailymotion

শনিবাৰে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিত এখন জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে ৷