দেওবাৰে নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ শনিবাৰে এক সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত তথ্য প্ৰদান কৰে জয়ন্ত মল্লবৰুৱাই ৷