দেওবাৰে জোনাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৷ পূৰ্বৰ চৰকাৰৰ দিনত অসমত মাথো আন্দোলন, হিংসা আছিল বুলি দাবী নবীনৰ ৷