Surprise Me!

৪৭ বছৰে ইছলাম পৰিয়ালে চলালে কেৱল লুণ্ঠন, গঢ়িলে সম্পত্তিৰ পাহাৰ : দলত্যাগী কংগ্ৰেছীৰ ক্ষোভ

2026-03-30 1 Dailymotion

বঙহৰ যুঁজত ধৰাশায়ী লাহৰীঘাট কংগ্ৰেছ ৷ বিধায়ক আচিফ মহম্মদ নাজাৰৰ বিৰুদ্ধে ক্ষোভ টিকট বঞ্চিত প্ৰাক্তন কংগ্ৰেছ নেতা ডাঃ ফৰিদুল হুছেইন