বঢ়মপুৰ সমষ্টিত প্ৰাক নিৰ্বাচনী হিংসাৰ ঘটনা ৷ অজাপ কৰ্মীক একাংশ বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাজেন গোহাঁইয়ে ৷