Surprise Me!

ইস্তাহাৰত জুবিনক আনি কংগ্ৰেছে পাপ কৰিছে, জুবিনৰ নামত ৰাজনীতি কৰা কাকো নেৰোঁ : মুখ্যমন্ত্ৰী

2026-03-31 2 Dailymotion

মঙলবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত বিজেপিৰ সংকল্প পত্ৰ প্ৰকাশৰ পাছতেই এক সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে ৷