কংগ্ৰেছৰ চৰকাৰ আহিলে মহিলাসকলক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰিয়ংকা গান্ধীৰ ৷ নাজিৰাত নিৰ্বাচনী প্ৰচাৰ চলাই এই ঘোষণা গান্ধীৰ ৷