Surprise Me!

মুখ্যমন্ত্রীৰ সমষ্টিত নিৰ্বাচনী হিংসা : কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ, বহুজন আহত

2026-04-02 5 Dailymotion

জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগ আৰু সমৰ্থকৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ । কেইবাজনো লোক আহত । ঘটনাত বিজেপি কৰ্মী জড়িত থকাৰ অভিযোগ ।