Surprise Me!

দুৰ্নীতি-ভ্ৰষ্টচাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে যিমানবাৰ ক্ষমা খুজিলেও আমি ৰেহাই নিদিওঁ : তিতাবৰত ৰাহুল গান্ধী

2026-04-02 2 Dailymotion

তিতাবৰৰ কাছজান বাগিচা ময়দানত বিশাল জনসভা সম্বোধন ৰাহুল গান্ধীৰ । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰৱ ।