পঞ্চতাৰকা হোটেল সদৃশ্য কাৰাগাৰত আছে জুবিন হত্যাকাৰী ৷ নিৰ্বাচনৰ পাছতে শ্যামকানু, সিদ্ধাৰ্থ মুকলি আকাশৰ তললৈ আহিব বুলি দাবী গগৈৰ ৷