Surprise Me!

আজমলে হিন্দু-মুছলমানৰ মাজত কাজিয়া লগাব পৰা নাই বাবে হিমন্তই ওৱেইছিক আনিছে: জাকিৰ হুছেইন শিকদাৰৰ দাবী

2026-04-03 1 Dailymotion

এইবাৰ অসমৰ পৰা স্বৈৰাচাৰী হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব ৰাইজে । অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব । মন্তব্য জাকিৰ হুছেইন শিকদাৰৰ ।‌