Surprise Me!

কংগ্ৰেছৰ দুৰ্গস্বৰূপ তিতাবৰ সমষ্টিত শেষ হাঁহি কোনে মাৰিব?

2026-04-04 0 Dailymotion

তিতাবৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালা কেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ? সমষ্টিটোৰ সন্দৰ্ভত ভৱিষ্যৎ পৰিকল্পনা কি বিজেপি প্ৰাৰ্থী গোৱালাৰ ?