শিৱসাগৰত এইবাৰ মূল নিৰ্বাচনী যুঁজখন অগপৰ প্ৰদীপ হাজৰিকা আৰু বিজেপিৰ কুশল দুৱৰীৰ মাজতেই সীমাবদ্ধ থাকিব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷