প্ৰশাসনীয় বিষয়াৰ দৰে লোভনীয় বৃত্তি ত্যাগ কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ । কিন্তু প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে দলে । নিৰ্দলীয় হিচাপে কি পৰিকল্পনা পল্লৱী শইকীয়াৰ ?