সাম্প্ৰদায়িক বিজেপি আৰু এআইউডিএফক ওফৰাই কংগ্ৰেছৰ নেতৃত্বত এইবাৰ অসমত চৰকাৰ গঠন হ’ব বুলি দাবী কৰে অখিল গগৈয়ে ৷