বগীবিল দলঙৰ নিৰ্মাণকাৰ্য ১৬ বছৰে কংগ্ৰেছে ৰখাই থৈছিল আৰু আপোনালোকে ৯ এপ্ৰিলত কংগ্ৰেছক ৰখাই দিব ৷ নাড্ডাৰ আহ্বান ৰাইজলৈ ৷