Surprise Me!

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নিৰ্বাচনৰ বতাহ: যুৱ সমাজৰ কণ্ঠস্বৰ, আশা আৰু দায়িত্ব

2026-04-06 85 Dailymotion

নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন । যুৱ প্ৰজন্মই কেনেধৰণৰ প্ৰতিনিধি বিচাৰে? তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ মতামত কি? এক প্ৰতিবেদন ।