অসমত চলা গুপ্তহত্যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ অভিযোগ তুলিছিল প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা সাহিত্যিক হৰেকৃষ্ণ ডেকাৰ বিৰুদ্ধে ৷