Surprise Me!

হিমন্ত বিশ্ব শৰ্মাক উন্মাদ নহ’বলৈ অনুৰোধ অখিল গগৈৰ, শিৱসাগৰৰ নিৰ্বাচনী হিংসাক গৰিহণা

2026-04-09 1 Dailymotion

ভোটদান কৰিবলৈ আহি অখিল গগৈয়ে শিৱসাগৰ সমষ্টিত যোৱানিশা সংঘটিত হিংসাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । ঘটনা সন্দৰ্ভত ৰাইজৰ দলে এজাহাৰ দাখিল কৰিছে ৷