৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ সৌৰাগুৰি এল পি স্কুলত ইউপিপিএল দলৰ সভাপতি তথা তামুলপুৰৰ প্ৰাৰ্থী প্ৰমোদ বড়োৱে পত্নী আৰু কন্যাৰ সৈতে ভোট প্ৰদান কৰে ৷